Assamese

কম্পিউটাৰ চফটৱেৰ কি?

কম্পিউটাৰ চফটৱেৰ (Computer software) মানে যিখিনি নির্দেশনাৰ জৰিয়তে কম্পিউটাৰৰ কামসমূহ সমাধান হয়, তেনে নীতি নির্দেশনাসমূহক চফটৱেৰ বুলি কোৱা হয়। অর্থাৎ কম্পিউটাৰ চফটৱেৰ হল কম্পিউটাৰৰ কিছু প্রগ্রেমৰ সংগ্রহ বা কালেকশন। যাৰ দ্বাৰা কম্পিউটাৰক নির্দেশ দিয়া হয় কি কাম কৰিব লাগিব? কেনেকৈ কাম কৰিব লাগিব? কম্পিউটাৰৰ বিভিন্ন ধৰনৰ চফটৱেৰ আছে তাৰ ভিতৰত কিছু ব্যৱহাৰৰিক চফটৱেৰ হয় যেনে: অফিস ছ্যুইট এপ্লিকেশ্বন। অফিস ছ্যুইট এপ্লিকেশ্বন। অফিস ছ্যুইট এপ্লিকেশ্বন চফটৱেৰ জৰিয়তে বিভিন্ন প্রকাৰৰ চিঠিপত্র, হিসাবপত্র, বিল ও তথ্যৰ ভান্ডাৰ প্ৰস্তুত কৰিব পাৰি। সাধাৰনতে কম্পিউটাৰ পৰিচালনা কৰাৰ বাবে এক প্রকাৰৰ চফটৱেৰ আছে যিবোৰক কোৱা হয় অপাৰেটিং চিষ্টেম, যেনেকৈ মাইক্রছফট উইন্ডজ, লিনাক্স, ম্যাক ও এস, ইত্যাদি। অপাৰেটিং চিষ্টেম কম্পিউটাৰৰ লগত সংযোগ হৈ থকা বিভিন্ন সজুঁলি সমূহ ব্যৱহাৰ আৰু ক'ন্ট্রল কৰিবলৈ কম্পিউটাৰটোক সাজু কৰে । আকৌ এই ছফ্‌টৱেৰৰ দ্বাৰা কম্পিউটাৰৰ অন্যান্য ছফ্‌টৱেৰ পৰিচালনা কৰা হয়। লগতে ছফ্‌টৱেৰৰ বোৰে কম্পিউটাৰৰ মাধ্যমত সকলো প্রকাৰৰ কাম সম্পাদন কৰাত সাহায্য কৰে। মানুষেৰ চাহিদা ও প্রয়োজন অনুযায়ী বিভিন্ন সময় বিভিন্ন ধৰণৰ কম্পিউটাৰ ছফ্‌টৱেৰ তৈয়াৰ কৰি লয়। কম্পিউটা ছফ্‌টৱেৰৰ প্রকাৰ বা ভাগ কম্পিউটাৰ ছফ্‌টৱেৰ প্রধানকৈ ৩ প্রকাৰৰ। * ছিষ্টেম চফটৱেৰ। * প্রগ্রামিং চফটৱেৰ * এপ্লিকেশ্বন চফটৱেৰ ছিষ্টেম চফটৱেৰ: যি বোৰ কম্পিউটাৰ চফটৱেৰ কম্পিউটাৰৰ হার্ডৱেৰক পৰিচালনা কৰাৰ বাবে আৰু এপ্লিকেছন চফটৱেৰবোৰে কাম কৰাৰ উপযোগী পৰিৱেশ প্রদানেৰ বাবে মেপ কৰি তৈয়াৰ কৰা হৈছে সেই বোৰ চফটৱেৰক ছিষ্টেম চফটৱেৰ বোলা হয়। ছিষ্টেম চফটৱেৰে কম্পিউটাৰৰ কামসমূহৰ চোৱাচিতা কৰে আৰু কামসমূহৰ ওপৰত নজৰ ৰাখে। প্রতিতো ভাগকে নিজৰ নিজৰ কাম কৰিব পৰাকে এটা ব্যৱস্থালৈ ৰূপান্তৰ কৰে। ছিষ্টেম চফটৱেৰে ইয়াৰ উপৰিও কম্পিউটাৰৰ সুবিধা সমূহ আৰু ইয়াৰ সম্পদবোৰৰ সুবিধাসমূহ লাভ কৰাত সহায় কৰে। মেচিন ক'ডলৈ অনুবাদ কৰা কামটো এক বিশেষ ধৰনৰ ছফ্‌টৱেৰৰ দ্বাৰা কৰা হয় যাক কোৱা হয় কম্পাইলাৰ। অপাৰেটিং চিষ্টেম কম্পিউটাৰৰ লগত সংযোগ হৈ থকা বিভিন্ন সজুঁলি সমূহ ব্যৱহাৰ আৰু ক'ন্ট্রল কৰিবলৈ কম্পিউটাৰটোক সাজু কৰে । অপাৰেটিং চিষ্টেম আৰু কমপাইলাৰ সমূহ হ'ল চিষ্টেম চফ্‌টৱেৰৰ উদাহৰন । যেনে কম্পিউটাৰৰ বাইঅছ (BIOS) আৰু ডিভাইছ ফার্মৱেৰ (firmware) চিষ্টেম চফ্‌টৱেৰে কম্পিউটাৰৰ হার্ডৱেৰ পৰিচালনা আৰু নিয়ন্ত্রনেৰ কাম সম্পন্ন কৰে। অপাৰেটিং চিষ্টেম (Opareting System) যিয়ে কম্পিউটাৰৰ সকলো অংশক একলগ কৰি কাম কৰায়। যেনেকৈ ডাটা আদান প্রদান, প্রদর্শন এবং আউটপুট প্ৰস্তুত কৰা। এটা এপ্লিকেছন চফ্‌টৱেৰ আৰু উচ্চ-স্তৰৰ চিষ্টেম চফ্‌টৱেৰ পৰিচালনা কৰাৰ এটি প্লাটফর্ম। ইউটিলিটি (Utility) চফ্‌টৱেৰে কোন বিশ্লেষণ, ছিলেকছন,পছন্দ-অপছন্দৰ নিৰ্নয়, দ্ৰুতকৰণ আৰু কিছু কিছু ক্ষেত্রত কম্পিউটাৰ নিয়ন্ত্রন কৰাৰ ক্ষমতা প্রদান কৰে। প্রগ্রামিং চফটৱেৰ : যিবোৰ কম্পিউটাৰ চফটৱেৰে কম্পিউটাৰ এপ্লিকেজন অথবা প্রোগ্রাম চফটৱেৰ তৈয়াৰ, ডিবাগ, নিয়ন্ত্রণ, ৰক্ষণাবেক্ষণ আৰু অন্য প্রগ্রাম বা এপ্লিকেশ্বনবোৰক সহযোগিতা কৰিবলৈ কম্পিউটাৰ এপ্লিকেশ্বন অথবা প্রগ্রামাৰ ব্যবহাৰ কৰি থাকে সেই বোৰ কম্পিউটাৰ চফটৱেৰক প্রগ্রামিং চফটৱেৰ বোলে। অর্থাৎ প্রগ্রামিং চফটৱেৰৰ দ্বাৰা প্রগ্রামাৰ সকলে ব্যবহাৰ কৰি আৰু এক বা একাধিক প্রগ্রামিং চফটৱেৰক লগলগায় নির্দিষ্ট কোন কাম সম্পাদানৰ বাবে। এপ্লিকেশ্বন চফটৱেৰ : যিবোৰ কম্পিউটাৰ চফটৱেৰ মানুষক কোন বিশেষ ধৰনৰ কাম সম্পাদন কৰত সহায় কৰে সেইবোৰ কম্পিউটাৰ চফটৱেৰক এপ্লিকেশ্বন চফটৱেৰ বোলে। এপ্লিকেশ্বন চফটৱেৰক কম্পিউটাৰ এপ্লিকেশ্বন বোলা হয় যি বিশেষ ধৰনৰ কম্পিউটাৰ প্রগ্রাম। ইয়াকে এপ্লিকেশ্বন বা এ'প (App) বোলি কোৱা হয়। এপ্লিকেশ্বন চফটৱেৰ কম্পিউটাৰ ব্যৱহাৰকাৰীৰ লগত সম্পর্ক থাকে বিশেষ কিছুমান কাম যেনে পেইৰ'ল প্রচেচিং, ইনভেন্ট্‌ৰি ক'ন্ট্রল অথবা ৱর্ড প্রচেচিং আদি কম্পিউটাৰক কৰিবলৈ অনুমতি দিয়ে। এপ্লিকেশ্বন চফ্‌টৱেৰ সমূহ কম্পিউটাৰৰ ব্যৱসায়ী অথবা চফটৱেৰ ভেণ্ডাৰৰ দ্বাৰা যোগান ধৰিব পাৰি অথবা প্রগ্রেমাৰৰ যোগেদি লিখাব পাৰি। উদাহৰণ স্বৰূপে মাইক্র'ছফট অফিছ, এডব পেইজ মেকাৰ, এডব ফটোশ্বপ আদি।

মোবাইলত অসমীয়া ভাষা কেনেকৈ লিখিব পাৰি?

Assamese Keyboard for Android
Typing in অসমীয়া (Assamese) on your Android Mobile phones and tablets just got easier with Lipikaar's Assamese typing keyboard for Android. Lipikaar's Assamese Keyboard is now available for FREE on Google Play for all Android devices.
Features:
Works seamlessly with all Android applications like Whatsapp, Facebook, Twitter, Email, Search, SMS etc.
Simple and intuitive typing - no memorizing key positions.
Easy switching between English and Assamese without changing keyboards.
Supports Android version 2.3 and above.

Click below link to watch video-

Video 1

Video 2


Remove unwanted objects from any photo

Description: TouchRetouch is an award-winning photo editor that allows you to remove unwanted content or objects from any photo, using just your finger and your phone. Mark the items you want taken out of the snapshot and hit 'Go'. That's all there is to it. Photo editing has never been so quick, easy and convenient.You recently got married on a beautiful Caribbean beach. Everything was so perfect. Luckily, you have a lot of memorable snapshots of the crystalline water and white sand backdrop of the ceremony, you and your new spouse silhouetted in the sunset, your guests under a palm tree, that nude sunbather that somehow got included in a shot taken during the exchanging of vows. Yikes! Before showing your mom those photos, take a minute to remove that accidental guest from an otherwise great picture. Open your TouchRetouch app. Using your finger, select the Brush or Lasso tool to mark what you don't want in the shot, then hit the 'Go' button. Okay, you're done and it's now safe to share your picture-perfect memories with everybody.TouchRetouch isn't just for exotic or wedding photo touch-ups, of course. Use this easy yet ingenious application on any photo, newly snapped on your phone or taken from your gallery. Remove those wires that are in the way of an otherwise wonderful view, take banners off of buildings, get rid of people, eliminate spots and other imperfections. All without distorting the final image.You can even have a little fun with TouchRetouch. Take away the bicycle from under your brother and it looks like he's cycling in mid-air. You can make it look like people are flying, jumping or posed oddly, by removing whatever was supporting them. 

Click below to watch the Video

Video

এন্ড্রয়ড মবাইল ফোনত এন্টিভাইৰাছৰ প্রয়োজন আছেনে?

এন্ড্রয়েড স্মার্টফোনৰ বাবে এন্টিভাইৰাছৰ প্রয়োজন আছে নেকি? ইয়াৰ উত্তৰ একেবাৰে সহজ নহয়। আপুনি কেনে ধৰনৰ ৱেবছাইট ভিজিট কৰে, ক'ত ক্লিক কৰিছে, ছিস্টেম আপডেট আছে নে নাই এনেবোৰ কামৰ পৰাহে ইয়াৰ উওৰ দিব পৰা যায়।গুগলে নিজেই এন্ড্রয়ড অপাৰেটিং ছিস্টেমত মেইলৱাৰ স্কেনিংৰ বাবে ছফটৱেৰ যোগ কৰিছে। কোম্পানিটোৰ এজন টেকনিছিয়ান আদ্রিয়ান লুডউইগ মতে, গুগল ছিকিউৰিটি ছার্ভিছ এনে ভাৱে ডিজাইন কৰা হৈছে যে আপনাক সকলোতকৈ উত্তম নিৰাপত্তা নিশ্চিত কৰিব। গতিকে কোৱাহয় যে এন্ড্রয়ড ব্যৱহাৰকাৰী সকল বেয়া এপ আৰু ভাইৰাছৰ পৰা বহুখিনি নিৰাপদ।
আমেৰিকাৰ বহু লোকে পাৱলিক ৱাই-ফাই ব্যৱহাৰ কৰে যত সিহতৰ নিৰাপত্তা লৈ প্রশ্ন উঠিছে। এইক্ষেত্রত Avast ছিকিউৰ লাইন ভিপিএন নিৰাপদ কানেকচন আৰু ব্রাউজিং সেৱা ব্যাৱহাৰ কৰিব পাৰে। আনহাতে মবাইল ছিকিউৰিটি প্ৰায় ইনছুৰেন্সৰ দৰে। আপুনি আগৰ পৰা ব্যৱস্থা কৰি ৰাখিলে যাতে ভবিষ্যতে কোন আক্রমণৰ পৰা নিজেকে ৰক্ষা কৰিব পাৰে। আনহাতে আটাইতকৈ ডাঙৰ কথা হ'ল বিশ্বস্ত এপ ষ্টৰৰ পৰা এপ ডাউনলড কৰিব, যেনেকৈ গুগল প্লে আৰু আমাজন প্লে ষ্টোৰ। অপৰিচিত কোন লিংক, টেক্সট মেছেজ, ইমেইল নোখোলাই ভাল। যিহেতু গুগলে আপোনাৰ নিৰাপত্তা নিশ্চিত কৰিছে গতিকে কব পাৰি, নিৰাপত্তাৰ বাবে অযথা টকা খৰচ নকৰাই ভাল।

Your Title Goes Here

Enter subtitle here

This is where your text starts. You can click here and start typing. Sed ut perspiciatis unde omnis iste natus error sit voluptatem accusantium doloremque laudantium totam rem aperiam eaque ipsa quae ab illo inventore veritatis et quasi.

Ea commodi consequatur quis autem vel eum iure reprehenderit qui in ea voluptate velit esse quam nihil molestiae consequatur vel illum qui dolorem eum fugiat quo voluptas nulla.

© 2018 Worlds Collide. All rights reserved.
Powered by Webnode
Create your website for free! This website was made with Webnode. Create your own for free today! Get started